This browser does not support the video element.
সোণাৰি: ৰজাঢাপত উত্তপ্ত পৰিস্থিতি, নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভিযোগত ৰাইজে এখন ই অট সহ দুজন যুৱকক গটালে আৰক্ষীক
Sonari, Charaideo | Oct 6, 2025
জিলাখনত আৰক্ষী প্ৰশাসনে দিনে নিশাই এই সকলৰ বিৰুদ্ধে নিজৰ অভিযান অব্যাহত ৰাখি বহু সময়ত নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজুতলৈ প্ৰেৰণ কৰি আহিছে যদিও ৰোধ পৰা নাই জিলাখনত এইসকল লোকৰ। অভিযোগ অনুসৰি নিশা সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাঢাপত স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি এনে নিচাশক্ত লোকক প্ৰত্যক্ষ কৰি আহিছিল। সেই মৰ্মে নিশা দুজন যুৱকে এই নিচাজাতীয় দ্ৰব্য সেৱন কৰি থকাত দুজন যুৱকক হাতে লুটে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি অঞ্চল