Download Now Banner

This browser does not support the video element.

হাজো: শুৱালকুছিত সাপ্তাহিক বজাৰক লৈ দুটা ফৈদৰ মাজত সংঘাত,দেওবাৰৰ সপ্তাহিক বজাৰ বন্ধৰ দাবীত প্ৰতিবাদ

Hajo, Kamrup | Sep 7, 2025
দেওবাৰে শুৱালকুছিত সাপ্তাহিক বজাৰক লৈ দুটা ফৈদৰ মাজত সংঘাত। শুৱালকুছিত প্ৰতি সপ্তাহত দেওবাৰ আৰু বুধবাৰৰ দিনটোত বহে দুখনকৈ সপ্তাহিক বজাৰ। ইয়াৰে দেওবাৰৰ বজাৰ খন পৰিচলনা কৰে শুৱালকুছি সপ্তাহিক বজাৰ পৰিচলনা সমিতিয়ে। আনখন বজাৰ পৰিচলনা কৰে মহাপুৰুষীয়া ধৰ্মালোচনী সভা শংকৰ মন্দিৰ পৰিচলনা সমিতিয়ে। কিন্তু শুৱালকুছি সপ্তাহিক বজাৰ সমিতিক অবৈধ বুলি অভিযোগ তুলি শুৱালকুছি প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us