Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: মন্দিৰত চুৰ কৰি ৰাইজৰ ৰোষত বিহপুৰীয়াৰ অশোক কুমাৰ শৰ্মা,পদ্মপুৰ কাঠনি গাঁৱৰ শিৱ মন্দিৰত চোৰি কাৰ্য্য সংঘটিত কৰিছিল

Bihpuria, Lakhimpur | Aug 22, 2025
মন্দিৰত চুৰ কৰি ৰাইজৰ ৰোষত পৰিল বিহপুৰীয়াৰ অশোক কুমাৰ শৰ্মা নামৰ এজন চোৰ । লখিমপুৰ জিলাৰ লালুকৰ সমীপৰ পদ্মপুৰ কাঠনি গাঁৱৰ শিৱ মন্দিৰত শুক্ৰবাৰে লুটপাত কৰি পলায়ন কৰে এজন । আনজন ৰাইজৰ ৰোষত পৰে । ৰাইজে উত্তম মাধ্যম সোধাই চমজাই দিয়ে লালুক আৰক্ষীক ।
Read More News
T & CPrivacy PolicyContact Us