Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: কেওট সম্প্ৰদায় লোকক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা বিৰুদ্ধে চৌকিডিঙ্গী চাৰিআলিত উত্তাল প্ৰতিবাদ

Dibrugarh East, Dibrugarh | Aug 28, 2025
কেওট সম্প্ৰদায় লোকক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ । ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্র সন্মিলনে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
Read More News
T & CPrivacy PolicyContact Us