Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: জাজীৰ পিকলীয়া চুকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা,পূৰ্ণ নেওগ নামৰ ব্যক্তিজনৰ বাসগৃহত এই অগ্নিকাণ্ড

Sibsagar, Sivasagar | Aug 22, 2025
জাজীৰ পিকলীয়া চুকত সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পূৰ্ণ নেওগ নামৰ ব্যক্তিজনৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।আমগুৰিৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।পূৰ্ণ নেওগৰ বাসগৃহত বিস্তৰ ক্ষতিসাধন হয়।অগ্নিকাণ্ড কি কাৰণত সংঘটিত হল সেইয়া জানিব পৰা হোৱা নাই।
Read More News
T & CPrivacy PolicyContact Us