This browser does not support the video element.
ধেমাজি: কুলাজানত TMPK, MMK, TMMK ৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত MAC EM
Dhemaji, Dhemaji | Sep 12, 2025
কুলাজানত TMPK, MMK, TMMK ৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত MAC EM। TMPK, MMK, TMMKৰ চিলাপথাৰ সাংগঠনিক জিলা সমিতিৰ অন্তৰ্গত কুলাজান আঞ্চলিক সমিতিৰ মাইহাং কনফাৰেন্স হল (কুলাজানত) অনুষ্ঠিত হোৱা সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত মিচিং ৰাইজক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লক্ষ্যৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা