আজোহাত কংগ্ৰেছ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলা কংগ্ৰেছৰ উপ সভাপতি শনিবাৰে আবেলি ৫ বজাত আজোহাত মণ্ডল কংগ্ৰেছ কমিটিৰ গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত ৰাষ্ট্ৰীয় দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে আগন্তুক দিনত ৰাষ্ট্ৰীয় দল টোক শক্তি হালি কৰা ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়।