Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙত ১১অক্টোবৰত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে বুলি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে সংবাদ মেলত প্ৰকাশ কৰে

Udalguri, Udalguri | Oct 9, 2025
ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে অহা ১১ অক্টোবৰ, শনিবাৰে মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাং হায়াৰ চেকেণ্ডাৰী বিদ্যালয় প্ৰাংগনত "শুশ্ৰুষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ওঠৰ (১৮)বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে ১১ অক্টোবৰ তাৰিখে ওৰাং হায়াৰ চেকেণ্ডেৰী বিদ্যালয় প্ৰাংগনত স্বাস্থ্য শিবিৰ হব ।
Read More News
T & CPrivacy PolicyContact Us