This browser does not support the video element.
হেলেম: হেলেম চাহ বাগিছাত শ্ৰমিক আৰু ৰাইজৰ প্ৰতিবাদ, বাগিছাৰ বাহিৰৰ লোকক শিক্ষক নিযুক্তি দিয়াক লৈ এই প্ৰতিবাদ
Helem, Biswanath | Sep 1, 2025
হেলেম চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক আৰু বাগিছাৰ ৰাইজৰ উত্তাল প্ৰতিবাদ। বাগিছা খনৰ হেলেম চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষকৰ পদ খালী হৈ আছিল আৰু উক্ত পদত বাগিছা খনৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে বাগিছা খনৰ বহু শিক্ষিত নিবনুৱা যুৱক যুৱতী কৰ্মৰ সন্ধানত বহিঃ ৰাজ্যলৈ যাব লগা হৈছে কিম্বা বাগিছা খনতেই পাত তুলি আত্ম নিৰ্ভৰ হৈ আছে ।