Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: কোঁৱৰ গাঁৱত জোনাকী যুব সংঘৰ উদ্যোগত এহেজাৰ নাহৰ পুলি ৰোপনেৰে শ্ৰদ্ধাঞ্জলি হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ

North Lakhimpur, Lakhimpur | Sep 25, 2025
হাৰ্টথ্রব জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ লখিমপুৰো,বিভিন্ন সন্থা, সংগঠন ,ব্যক্তিৰ শোক প্ৰকাশ কৰাৰ লগতে জনাইছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।দেশৰ সম্পদ সংগীত জগতৰ ধ্ৰুৱতৰা ,মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে শোক স্তব্ধ লখিমপুৰো।নাহৰ গছ ভালপোৱা সকলোৰে প্ৰিয় তথা অসমৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই লখিমপুৰৰ কোঁৱৰ গাঁৱত জোনাকী যুব সংঘৰ উদ্যোগত এহেজাৰ জোপা নাহৰ পুলি ৰূপন কৰি বৃহস্পতিবাৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই।
Read More News
T & CPrivacy PolicyContact Us