Download Now Banner

This browser does not support the video element.

গৰৈমাৰী: সোণতলীৰ বৰ আৰিকাটিত অৰুণোদয়ৰ নামত ধন‌ লৈ ৰাইজৰ ৰোষত ইফতিকাৰ ভূঞা নামৰ এজন যুৱক

Goroimari, Kamrup | Aug 24, 2025
দেওবাৰে সোণতলীৰ বৰ আৰিকাটিত অৰুণোদয়ৰ নামত ধন‌ লৈ ৰাইজৰ ৰোষত ইফতিকাৰ ভূঞা নামৰ এজন যুৱক। গাঁৱে গাঁৱে মহিলা সকলক অৰুণোদয় আঁচনি দিয়াৰ কথা কৈ ধন‌‌ সংগ্ৰহ কৰিছিল সোণতলীৰ বৰ আৰিকাটিৰ ইফতিকাৰ ভূঞাই। অৰুণোদয় আঁচনি নোপোৱাৰ পিছত ধন‌ ঘুৰাই বিচৰাৰ বাবে মহিলাৰ ওপৰত আক্ৰমণ‌ লম্পট ইফতিকাৰ ভূঞাৰ।
Read More News
T & CPrivacy PolicyContact Us