Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াত আৰক্ষীক আচামীৰ আত্মীয়ৰ দাৰে আক্ৰমণ, ক্ষতিগ্ৰস্ত আৰক্ষীৰ বাহন,আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক
Rangia Part, Kamrup | Aug 27, 2025
ৰঙিয়া আৰক্ষীক আচামীৰ আত্মীয়ৰ দাৰে আক্ৰমণ। ক্ষতিগ্ৰস্ত আৰক্ষীৰ বাহন। মঙলবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিলেও তেওঁলোকৰ এখন স্কৰ্পিঅ’ বাহন ক্ষতিগ্ৰস্ত হয়। বুধবাৰে অভিযুক্ত দ্বীপজ্যোতি বনিয়া আৰু তেওঁৰ কনিষ্ঠ ভাতৃ ৰিয়ানজ্যোতি বনিয়াক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!