Download Now Banner

This browser does not support the video element.

নাজিৰা: নাজিৰাত ড্ৰাগ্‌চসহ এটা ড্ৰাগ্‌চ সৰৱৰাহকাৰীক আটক কৰিলে আৰক্ষীয়ে,১২.১১ গ্ৰাম ড্ৰাগ্‌চ জব্দ

Nazira, Sivasagar | Sep 3, 2025
*নাজিৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান* বুধবাৰে নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুশাৰ দেশাই আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত নাজিৰা নগৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীয়ে নাজিৰা নগৰৰ লখিমী আলিৰ তিনিআলিৰ ৰাহুল গুণ ওৰফে বুকি নামৰ যুৱকজনৰ ঘৰত অভিযান চলাই ১২.১১ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰু সৰবৰাহকাৰীক আটক কৰে।
Read More News
T & CPrivacy PolicyContact Us