Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: শ্ৰীৰামপুৰ গেটৰ পৰা অসম আৰক্ষীয়ে নিৰাপত্তা দি গোৱালপাৰা পোৱাইছিল মেহমুদ মাদানীক জিলা সদৰত এই দাবী অজাপ সভাপতি

Dibrugarh East, Dibrugarh | Sep 2, 2025
জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়া। মেহমুদ মাদানীৰ অসম ভ্ৰমণক লৈ‌ ডিব্ৰুগড়ত সদৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সংবাদমেল‌।‌  মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতে মাদানীয়ে অসম ভ্ৰমণ কৰিছে । মেহমুদ মাদানীয়ে শ্ৰীৰামপুৰ গেটেৰে অসমত প্ৰৱেশ কৰিছে । শ্ৰীৰামপুৰ গেটৰ পৰা অসম আৰক্ষীয়ে নিৰাপত্তা দি গোৱালপাৰা পোৱাইছেহি বুলি দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।‌
Read More News
T & CPrivacy PolicyContact Us