Download Now Banner

This browser does not support the video element.

জলহ ভাগ: বিজেপি প্ৰাৰ্থী গৌতম দাসৰ কাৰ্যলয়ত পাঁচ শতাধিকলোকৰ যোগদান

Jalah Part, Baksa | Sep 7, 2025
বিজেপি প্ৰাৰ্থী গৌতম দাসৰ কাৰ্যলয়ত পাঁচ শতাধিকলোকৰ যোগদান । আজি জাখলিপাৰত বিজেপি প্ৰাৰ্থী গৌতম দাসৰ অস্থায়ী কাৰ্য্যালয় পাঁচ শতাধিক লোকে কৰিলে বিজেপিত যোগদান। আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজেপি প্ৰাৰ্থী গৌতম দাস, মথনগুৰী মণ্ডল বিজেপিৰ সভাপতি ঘনশ্যাম বৰ্মনৰ সৈতে বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us