This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বডোফা কলচাৰেল কম্প্লেক্সত ষষ্ঠ অনুসূচীত অঞ্চলত অজনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰকলৈ গণ অভিৱৰ্তন অনুষ্ঠিত
Kokrajhar Part, Kokrajhar | Aug 26, 2025
মঙলবাৰে আবেলি ৪ বজাত কোকৰাঝাৰ চান্দামাৰিষ্টিত বডোফা কলচাৰেল কম্প্লেক্সত ষষ্ঠ অনুসূচীত অঞ্চলত অজনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰ কলৈ বিশেষ গণ অভিৱৰ্তন অনুষ্ঠিত হয়। বিটিচি চৰকাৰৰ শিক্ষা উপদেষ্টা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অভিৱৰ্তনত বিটিআৰ অঞ্চলৰ ১৮ তা অজনজাতি সংগঠনৰ নেতা সকলে অংশগ্ৰহন কৰে। উক্ত আলোচনাত ষষ্ঠ অনুসূচীত অঞ্চলত অজনজাতীয় মানুহৰ সাংবিধানিক অধিকাৰ বিষয়ক গুৰুত্বৰ সহকাৰে আলোচনা কৰে।