This browser does not support the video element.
ধেমাজি: কাছাৰত NSUI সদস্যক দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভত ধেমাজিত NSUI সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ,
Dhemaji, Dhemaji | Aug 28, 2025
কাছাৰত NSUI সদস্যক দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভত ধেমাজিত NSUI প্ৰতিক্ৰিয়া প্ৰকাশ।ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতি বাৰে সন্ধিয়া প্ৰায় 7 মান বজাত প্ৰতিক্ৰিয়া প্ৰকাশ জিলা nsui ই।বৃহস্পতি বাৰে দিনৰ ভাগত কাছাৰ কলেজত দুৰ্বৃত্তই nsui সদস্য ক আক্ৰমণ কৰা অভিযোগ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ধেমাজি nsui সভাপতি লক্ষ্যজিত মিলিয়ে ।