Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: কেহেৰুখন্দা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভা অনুষ্ঠিত, উপস্থিত বিধায়ক গণেশ কুমাৰ লিম্বু

Dhekiajuli Part, Sonitpur | Jul 30, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহেৰুখন্দা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত বুধবাৰে দিনৰ ১ বজাত ভাৰতীয় জনতা পাৰ্টিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ উক্ত সাংগঠনিক সভাত উপস্থিত থাকে ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ আজিৰ উক্ত সাংগঠনিক সভাত ভাৰতীয় জনতা পাৰ্টিৰ ঠেলামৰা মণ্ডল সভাপতি জীৱন পাঠকৰ লগতে কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us