Download Now Banner

This browser does not support the video element.

নাৰায়ণপুৰ: নাৰায়ণপুৰত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ উদ্যোগত শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

Narayanpur, Lakhimpur | Sep 12, 2025
উত্তৰ লখিমপুৰ মহ্কুমা ছাত্ৰ উদ্যোগত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি উদযাপন।নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মহাপুৰুষ গুৰুজনাৰ তিৰোভাৱ তিথিৰ কাৰ্যসূচীতে শংকৰী সংস্কৃতিৰ আজীৱন সাধক,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ-পদাধিকাৰ প্ৰমোদ শইকীয়াক 'বঢ়াৰপো বঁটা' প্ৰদান কৰা হয়।বঁটাৰ লগত ফুলাম গামোচা,চেলেং চাদৰ,দৌল শৰাই,স্মাৰক আদি প্ৰদান কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us