Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: নগৰত ই-ৰিক্সাৰ নিয়ন্ত্ৰণ ক্ষেত্ৰত পৌৰসভা কাৰ্যালয়ত শনিবাৰে বিয়লি পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ সংবাদমেল
Biswanath, Biswanath | Sep 6, 2025
আজি পৌৰসভা কাৰ্যালয়ত পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে সংবাদমাধ্যমৰ আয়োজন কৰে। বিশ্বনাথ পৌৰসভা ফালৰপৰা ই-ৰিক্সা সমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৌৰসভা অনুমোদন পত্ৰ নথকা বিশ্বনাথ নগৰত প্ৰবেশ কৰা ই-ৰিক্সা সমূহক জব্দ কৰি ১০০০ টকাৰ জৰিমনা লগাইছে। এনে বিভিন্ন সমস্যা সম্পৰ্কত পৌৰপতি গৰাকীয়ে কি কলে জানো আহক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!