Download Now Banner

This browser does not support the video element.

গুৱাহাটী: কাহিলীপাৰাৰ বাসগৃহৰ পৰা সৰুসজাইলৈ ৰাওনা জুবিনৰ নশ্বৰ দেহ কঢ়িওৱা বাহন,পিতৃয়ে শেষ বাৰলৈ চালে পুত্ৰৰ মুখ

Guwahati, Kamrup Metropolitan | Sep 21, 2025
দেওবাৰে কাহিলীপাৰাৰ বাসগৃহৰ পৰা সৰুসজাইলৈ লৈ যোৱা হ'ল জুবিন গাৰ্গৰ নশ্বৰ দেহ। কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আহিছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ। পিতৃক ধৰি ধৰি লৈ যোৱা হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহৰ ওচৰলৈ। অসংখ্য লোকে ভিৰ কৰে জুবিনৰ কাহিলীপাৰাৰ বাসগৃহৰ বাহিৰত।
Read More News
T & CPrivacy PolicyContact Us