Download Now Banner

This browser does not support the video element.

পশ্চিম নলবাৰী: নলবাৰীৰ বনগাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা এজনৰ

Pachim Nalbari, Nalbari | Aug 23, 2025
নলবাৰীৰ বনগাঁওত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত সোমাল i20 বাহন। নলবাৰী-মুকালমুৱা সংযোগী পথত এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা এজনৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষী
Read More News
T & CPrivacy PolicyContact Us