Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ তেতেলিগুৰিত ৫ টা কন্টেইনাৰত ড্ৰাগছ উদ্ধাৰ, আটক সমৰজিৎ বৈশ্য নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী
Rangia Part, Kamrup | Sep 6, 2025
শনিবাৰে ৰঙিয়াৰ তেতেলিগুৰিত আৰক্ষীৰ অভিযান। ৫ টা কন্টেইনাৰত ড্ৰাগছ উদ্ধাৰ। আটক ড্ৰাগছ সৰবৰাহকাৰী নলবাৰীৰ বিদ্যাপুৰৰ সমৰজিৎ বৈশ্যক । AS- 014-0860 নম্বৰৰ টাটা নেক্সন গাড়ীৰ পৰা উদ্ধাৰ ড্ৰাগছ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!