Install App
ziaulali
This browser does not support the video element.
বিহপুৰীয়া: লালুকৰ ১১ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা,দুখন বাহনৰ সংঘৰ্ষ ,আঘাতপ্ৰাপ্ত হয় দুজন
Bihpuria, Lakhimpur | Sep 10, 2025
লখিমপুৰ জিলাৰ লালুকৰ ১১ মাইলত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন মহিন্দ্ৰা JEETO বাহনক পিছফালৰ খুন্দিয়ালে মাৰুতী ইগনীছ বাহনে। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ'খাৱৈত পৰিল JEETO বাহন। পথ দুৰ্ঘটনা টোত আহত হৈছে দুজন লোক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!