Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাতত বোকাখাত সমষ্টিৰ বিজেপি,অগপ, সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়াৰে গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী অতুল বৰাৰ

Bokakhat, Golaghat | Sep 11, 2025
বোকাখাতত বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত বোকাখাত সমষ্টিৰ বিজেপি,অগপ, সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়াৰে গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী অতুল বৰাৰ।অহা ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নুমলীগড়ত অংশগ্ৰহণ কৰিবলগীয়া বিশাল ৰাজহুৱা সভাখনৰ প্ৰস্তুতিৰ বিভিন্ন বিষয় আলোচনা কৰাৰ বাবে আজি বৈঠকখন অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটি সফল কৰি তুলিবলৈ ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সকলোকে যাৱতীয় কাম-কাজবোৰ নিষ্ঠাৰে পালন কৰিবলৈ মন্ত্ৰী বৰাই সকলোকে আহ্বান জনায়।
Read More News
T & CPrivacy PolicyContact Us