Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: দোতমা সমষ্টিত সমাজকৰ্মী মনোৰঞ্জন ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদাণ কৰাৰ পাছতে ৰাম্ফলবিলত উখল মাখল পৰিবেশ

Kokrajhar Part, Kokrajhar | Sep 1, 2025
বিজেপিৰ অসম ৰাজ্যিক সমিতিয়ে দোতমা সমষ্টিত সমাজকৰ্মী মনোৰঞ্জন ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদাণ কৰাৰ পাছতে সোমবাৰে সমষ্টিত এক উখল মাখল পৰিৱেশ বিৰাজ কৰি তুলিছে ৷ সোমবাৰে দিনৰ ২ বজাত মনোৰঞ্জন ব্ৰহ্মক সমষ্টিৰ ৰাইজে বেণ্ড পাৰ্টিলৈ বিপুল আদৰণি জনোৱাৰ লগতে সমৰ্থক সকলে ফটকা আতজবাজী ফুটোৱাই এক হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয় ৷ ৰাম্ফলবিলৰ প্ৰাচীন কালি মন্দিৰত আশীষ লয় আৰম্ভ কৰে নিজৰ প্ৰচাৰৰ কাম । লগত উপষ্ঠিত আছিল দোতমা সমষ্টিৰ ভাৰপ্ৰাপ্ত ফণী পাঠক ।
Read More News
T & CPrivacy PolicyContact Us