This browser does not support the video element.
ওদালগুৰি: ডিমাকুছি চাহ বাগিছাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
Udalguri, Udalguri | Sep 23, 2025
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিমাকুছি প্ৰাথমিক সমিতিৰ লগতে অসম চাহ মজদুৰ সংঘ ডিমাকুছি প্ৰথমিক সমিতিৰ উদ্যোগত ডিমাকুছি চাহ বাগান খেলপথাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে জুবিন গাৰ্গেৰ অনুৰাগিয়ে। লগতে হাতে হাতে ফুল আৰু মমবাতি লৈ প্ৰনাম জনায়। অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগত শোকস্তদ্ধ হৈ পৰিছে ডিমাকুছি বাসী ৰাইজ।