This browser does not support the video element.
ধেমাজি: ধেমাজিত মা দুৰ্গা দেৱীয়ে পৰিধান কৰিলে অসমীয়া জাতীয় জীৱনৰ সাঁজপাৰ মুগা মেলা
Dhemaji, Dhemaji | Sep 29, 2025
ধেমাজিত দুৰ্গা দেৱীয়ে পিন্ধিলে অসমীয়া জাতীয় জীৱনৰ সাঁজপাৰ মুগা মেলা ধেমাজি ৰেলুৱাই ইটেশন পূজা উদযাপন সমিতিৰ প্ৰখনখনিয় পদক্ষেপ দেৱ মা দুৰ্গা দেৱীক পৰিধান কৰালে অসমীয়া জাতীয় জীৱনৰ সাঁজপাৰ মুগা মেলা, তাৰ সমান্তৰাল ভাৱে অন্যান্য দেৱ দেৱী দেৱতাক সকলকো পিন্ধালে অসমীয়া জাতীয় জীৱনৰ ধুটি আৰু গামোচা। ইয়াৰ ওপৰিও পূজা স্থলীত অসমৰ হিয়া আঁমঠু জুবিন গাৰ্গ শ্ৰ