Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: 'জোনাইত চলিব সন্দেহযুক্ত বাংলাদশী লোকৰ বিৰুদ্ধে অভিযান', জোনাইত ট্ৰাইবেল সংগঠনসমূহৰ সম্বন্বয়ৰক্ষী সমিতিৰ সভাত সিদ্ধান্ত
Dhemaji, Dhemaji | Aug 25, 2025
সোমবাৰে জোনাইত ট্ৰাইৱেল সংগঠন সমূহৰ সম্বন্ধয়ৰক্ষী সমিতিৰ (CCTOA) গুৰুত্ব পূৰ্ণ সভা।সভাত জিলাৰ জোনাইৰ পৰা এসপ্তাহৰ পিছতে আৰম্ভ হ’ব অবৈধ বাংলাদেশীৰ বিতাড়ন প্ৰক্ৰিয়া৷ জোনাইৰ সকলো খিলঞ্জীয়া দল- সংগঠনে মিলি আৰম্ভ কৰিব উচ্ছেদ আৰু বিতাড়ন ৷সকলোকে সহযোগ কৰিবলৈ আহ্বান ট্ৰাইবেল সম্বন্ধয়ৰক্ষী সমিতি (CCTOA)৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!