Download Now Banner

This browser does not support the video element.

তেজপুৰ: মিছামাৰীৰ বঙাল গাঁৱত অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

Tezpur, Sonitpur | Aug 26, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত বঙাল গাঁৱত অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা  দিৱস উদ্‌যাপন কৰা হয় ৷ উল্লেখ্য যে অসম চাহ জনগোষ্ঠী জল্‌হা যুৱ-ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত মিছামাৰী আৰু ঢেকীয়াজুলি জল্‌হা(চাহ জনগোষ্ঠী) ৰাইজৰ সহযোগত উদ্‌যাপন কৰা হৈছে সংগঠনটোৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হয় ৷ আজিৰ উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি সম্পাদক উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us