Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নকাড়ীত অসম হাইস্কুল শিক্ষক সংস্থা জিলা সমিতিৰ ৪০ সংখ্যক দ্বি-বার্ষিক সাধাৰণ সভা আৰু প্ৰতিনিধি সভা

North Lakhimpur, Lakhimpur | Sep 11, 2025
অসম হাইস্কুল শিক্ষক সংস্থা, লক্ষীমপুৰ জিলা সমিতিৰ ৪০ সংখ্যক দ্বি-বার্ষিক সাধাৰণ সভা আৰু প্রতিনিধি সভা খনি বৃহস্পতিবাৰে উত্তৰ লখিমপুৰ নকাড়ীৰ উত্তৰ লখিমপুৰ ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় । সভাত অসম হাইস্কুল শিক্ষক সংস্থাৰ ৰাজ্যিক প্ৰৰ্য্যায়ৰ কেইবাগৰাকী বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়া ও সদস্য সকল উপস্থিত থাকি শিক্ষক সকলৰ সমস্যাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ।
Read More News
T & CPrivacy PolicyContact Us