This browser does not support the video element.
কোকৰাঝাৰ ভাগ: গৌৰাং ঘাটত বিপিএফ দলৰ আশ্ৰিবাদ সভা অনুষ্ঠিত
Kokrajhar Part, Kokrajhar | Aug 23, 2025
কোকৰাঝাৰ চহৰৰ গৌৰাং ঘাটত শনিবাৰে সন্ধিয়া ৮ বজাত বিপিএফ দলৰ আশ্ৰিবাদ সভা অনুষ্ঠিত হয়। বনৰগাঁও ব্লক বিপিএফ দলৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত সভাত শ শ ৰাইজে বনৰগাঁও সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থী কুমুদ চন্দ্ৰ নাৰ্জাৰীক পুস্পঞ্জলিৰে আশ্ৰিবাদ কৰে। লগতে উক্ত অনুষ্ঠানত বিভিন্ন দলৰ প্ৰাই ২০০ কৰ্মীই ইউ পি পি এল দলত যোগদান কৰে। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিপিএফ দলৰ যুৱ নেতা প্রহ্লাদ বসুমতাৰী, মহিলা বিপিএফ দলৰ উপ সভানেত্ৰী মালতী ৰাণী নাৰ্জাৰীই উপষ্ঠিত থাকে।