Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: সাকোমঠাত চিপ লৈ আত্মহত্যা কৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ বিশ্বনাথ আৰক্ষীৰ

Biswanath, Biswanath | Sep 9, 2025
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত সাকোমঠাত এটা পানী টেংকিত পুৱাই চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। এই ঘটনাৰ পিচতে স্থানীয় ৰাইজে বিশ্বনাথ আৰক্ষীক খবৰ কৰা লগেলগে ঘটনাস্থলিত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। উক্ত যুৱকজন সাকোমঠা চাহ বাগিছাৰ শ্ৰমিক হিচাপে পকা লাইনৰ নিৱাসী কমল মুণ্ডা ২৫ বছৰ বুলি চিনাক্ত কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us