This browser does not support the video element.
সোণাৰি: গোৱালাপথাৰ গাঁওত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱত লণ্ডভণ্ড এটা বাসগৃহ
Sonari, Charaideo | Sep 5, 2025
চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ যাক এটাই কাষৰীয়া ৪ নং গোৱালাপথাৰ গাঁওৰ এটা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। হাতীৰ জাকটোৱে গাঁওখনৰ বলোৰাম ঠাকুৰৰ ঘৰ ভাঙি বাসগৃহটোৰ বয়বস্তু সমূহ লেণ্ডভণ্ড কৰাৰ লগতে খাদ্য বস্তু সমূহ খাই বহু দেৰি পৰ্যন্ত তাণ্ডৱ চলায়। পৰৱৰ্তী সময়ত গঞা ৰাইজে জুই জ্বলাই, চিঞৰ বাখৰ কৰি হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়। হাতীৰ আক্ৰমণত অৱশ্যে কোনো লোকে হতাহত হোৱা নাই। ইফালে