Download Now Banner

This browser does not support the video element.

চাবুৱা: ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰা পাছতেই চাবুৱাৰ দঙ্গৰচুক প্ৰাথমিক বিদ্যালয়ত শ শ‌ ৰাইজে আদৰণী জনাই গুনিন্দ্ৰ গোহাঁইক

Chabua, Dibrugarh | Sep 6, 2025
ৰাজ‍্যিক কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা চাবুৱাৰ দঙ্গৰচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গুনীন্দ্ৰ গোঁহাইক আদৰণি জনালে অঞ্চলটোৰ শ শ ৰাইজে। বঁটা লাভ কৰি বিদ্যালয়ত উপস্থিত হোৱা পাছতেই বিদ্যালয় খনত দেখা গ'ল উৎসৱ মুখৰ পৰিবেশ
Read More News
T & CPrivacy PolicyContact Us