Download Now Banner

This browser does not support the video element.

ডিফু: ঘিলানীত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা ৷ নামঘৰ সমূহলৈ বিধায়ক ৰূপছিং টেৰণৰ আৰ্থিক সাহায্য প্ৰদান

Diphu, East Karbi Anglong | Sep 12, 2025
শুকুৰবাৰে বিয়লি প্ৰায় তিনিমান বজাত পশ্চিম কাৰ্বি আংলং জিলাৰ ঘিলানীস্থিত বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে বিধায়ক ৰূপছিং টেৰণ৷ তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি পৱন কুমাৰ,  মণ্ডল বিজেপিৰ বিষয়া -কৰ্মী আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷ উক্ত সভাত পৱিত্ৰ ভাদ মাহ উপলক্ষে নামঘৰ সমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰে বিধায়ক ৰূপছিং টেৰণে ৷
Read More News
T & CPrivacy PolicyContact Us