This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: খেলমাটি ক্লাবত আৰু ত্যাগ ক্ষেত্ৰত তিনি দিনিয়াৰিকৈ উত্তৰ লখিমপুৰ শব্দযন্ত্ৰী সংস্থাৰ ষষ্ঠ তম বার্ষিক অধিবেশন
North Lakhimpur, Lakhimpur | Sep 8, 2025
উত্তৰ লখিমপুৰ শব্দযন্ত্রী সংস্থাৰ ষষ্ঠ ত্বম বার্ষিক অধিবেশন খনি সোমবাৰৰ পৰা দুদিনীয়াকৈ খেলমাটি ক্লাৱত কৰ্মশালাৰ লগতে সাধাৰণ সভা আৰু ১০ ছেপ্তেম্বৰ, ত্যাগক্ষেত্ৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।উত্তৰ লখিমপুৰ শব্দযন্ত্ৰী সংস্থাৰ ষষ্ঠ তম বার্ষিক অধিবেশন খনি এই বৰ্ষ বহল ভিত্তিত আয়োজন কৰিছে উত্তৰ লখিমপুৰ শব্দযন্ত্ৰী সংস্থাই । উত্তৰ লখিমপুৰ শব্দযন্ত্ৰী সংস্থাৰ ষষ্ঠ তম বার্ষিক অধিবেশনৰ লগত সংগতি ৰাখি শব্দযন্ত্ৰীৰ সকলৰ দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰে আজিৰে পৰা এই কৰ্মশালা।