This browser does not support the video element.
কদম: ওখমাটিত বগীনদী ওখমাটি সমবায় সমিতিৰ বছৰেকীয়া সধাৰণ সভা সম্পন্ন
Kadam, Lakhimpur | Sep 10, 2025
বগীনদী ওখমাটি সমবায় সমিতিৰ লিমিটেডৰ ২০২৪-২০২৫ বৰ্ষৰ বছৰেকীয়া সধাৰণ সভা খনি বুধবাৰে লখিমপুৰ জিলাৰ ওখমাটিত অনুষ্ঠিত হয় । বগীনদী ওখমাটি সমবায় সমিতিৰ বছৰেকীয়া সধাৰণ সভাত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগত জিলা বিষয়ববীয়া সকলৰ উপস্থিতিত সুলভ মূল্য ব্যৱসায়ী সকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।