Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰৰ বিজেপিৰ কাৰ্যালয়ত বিশেষ সভাত উপস্থিত জিলা সভাপতি জয়ন্ত বুজৰবৰুৱা

Ghograpar Part, Nalbari | Sep 13, 2025
অহাকালি ১৪ ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰংত এখন বিশাল জনসভা সম্বোধন কৰিব।উক্ত জনসভাত ঘগ্ৰাপাৰ মণ্ডলৰ পৰা প্ৰায় ৩৫০০ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব।সেই উদ্দেশ্যেৰে আজি ভাৰতীয় জনতা পাৰ্টি, ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয়ত মণ্ডল সভাপতি মনোজ ডেকাৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন বিশেষ সভা, সভাত উপস্থিত থাকে বুথ সভাপতি আৰু দলীয় কাৰ্য্যকৰ্তা,ইফালে জনসভাত অংশগ্ৰহণৰ যাৱতীয় দিশ সমূহৰ লগতে ব্যৱস্থাপনা ৰ ওপৰত আলোচনা কৰা হয় সভাখনত।
Read More News
T & CPrivacy PolicyContact Us