Download Now Banner

This browser does not support the video element.

হাজো: হাজোত আৰক্ষীৰ জালত ৯টা ছাইবাৰ অপৰাধী, মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰে অপৰাধীকেইটাক

Hajo, Kamrup | Aug 23, 2025
শনিবাৰে হাজোত আৰক্ষীৰ জালত ৯টা ছাইবাৰ অপৰাধী। মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰে অপৰাধীকেইটাক। বিভিন্ন লোকক প্ৰৱঞ্চনা কৰি আহিছিল ছাইবাৰ অপৰাধীকেইটাই।
Read More News
T & CPrivacy PolicyContact Us