This browser does not support the video element.
বিশ্বনাথ: সত্ৰীয়া নৃত্যত প্ৰথম পদ্মশ্ৰী সন্মান লাভ কৰা যতীন গোস্বামীক মোনাবাৰীত উষ্ম আদৰণি
Biswanath, Biswanath | Sep 11, 2025
বিশ্বনাথৰ গ্ৰীণ আশিয়ানা চছিয়েল ৱেলফেৱাৰ ছছাইটিৰ অধ্যক্ষ কিশোৰ হাজৰিকাৰ বাসগৃহত উপস্থিত হয় অসমৰ খ্যাতিশীৰ্ষ নৃত্যশিল্পী তথা নৃত্য পৰিচালক নৃত্যাচাৰ্য যতীন গোস্বামী । বিশ্বনাথৰ সত্ৰীয়া নৃত্যৰ লগত জৰিত বহু ছাত্ৰ ছাত্ৰী তথা শিক্ষা গুৰুৱে তেওঁক আদৰণি জনায় । তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে তেওঁ বিষ্ণু ৰাভাৰ পৰা বহু কথাই শিকিলো । জীৱন বয়সৰে নহয় কৰ্মৰহে জুখিব লাগে । সত্ৰীয়া নৃত্যত প্ৰথম পদ্মশ্ৰী সন্মান লাভ কৰাৰ পাছৰ পৰাই মোৰ দায়িত্ব বাঢ়িল ।