Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাৰ পৰা মুকলি আকাশৰ তলত হিট এণ্ড ৰানৰ গোচৰত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপ
Guwahati, Kamrup Metropolitan | Sep 9, 2025
মঙলবাৰে মুকলি আকাশৰ তললৈ আহিল হিট এণ্ড ৰানৰ গোচৰত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপ। ৪৩ দিনৰ অন্তত কেন্দ্ৰীয় কাৰাগাৰাৰ পৰা ওলাই আহিল নন্দিনী। AS 01 DX 1589 নম্বৰৰ Swift বাহনত ওলাই গ'ল নন্দিনী। কাৰাগাৰৰ পৰা ঘৰলৈ যোৱাৰ সময়ত লগত আছিল ভগ্নী, মাতৃ আৰু মোমায়েক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!