Install App
ud.news
This browser does not support the video element.
দেৰগাঁও: দেৰগাঁৱৰ এএছটিচিৰ সমীপত পথ দুৰ্ঘটনা, অল্টো বাহনক মহটিয়াই নিয়ে তীব্ৰবেগী ট্ৰাকে, কথমপি প্ৰাণৰক্ষা শিশুসহ ৩ আৰোহীৰ
Dergaon, Golaghat | Aug 24, 2025
দেৰগাঁৱৰ ASTCৰ সমীপত দেওবাৰে দিনৰ প্ৰায় ১২ বজাত সংঘটিত হয় পথ দুৰ্ঘটনা। এল্টু বাহনক মহতিয়াই নিয়ে তীব্ৰবেগী ট্ৰাকে, কথমপি প্ৰাণ ৰক্ষা শিশুসহ ৩ আৰোহীৰ। ঘটনা অনুসৰি দেৰগাঁৱৰ ASTC ৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে একে দিশৰ পৰা অহা আন এখন এল্টু বাহনক মহতিয়াই নিয়াৰ ফলত এল্টু বাহনখন ডিভাইদাৰত খুন্দিয়াই বাগৰ পথৰ ওপৰত বাগৰি পৰে। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আঢ়ৈ আৰু ছবছৰীয়া শিশুসহ চালক মাতৃ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!