This browser does not support the video element.
ঢকুৱাখানা ভাগ: মৰনৈ আৰু সোণাৰি চাপৰি গাঁও পঞ্চায়তত কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশ কাৰ্যসূচী, উপস্থিত বিধায়ক নৱ কুমাৰ দলে
Dhakuakhana Part, Lakhimpur | Aug 7, 2025
লখিমপুৰ জিলাৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ সোণাৰি চাপৰি,মৰনৈ আৰু পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতিসহ সদস্য,সদস্যাসকলৰ কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশ কাৰ্যসূচী ৰূপায়ণ হয় বৃহস্পতিবাৰে।পঞ্চায়ত কেইটাৰ কেইবাশতাধিক জনসাধাৰণৰ উপস্থিতিত পবিত্ৰ মাংগলিক কাৰ্যসূচীৰ মাজেৰে পঞ্চায়ত কেইটাৰ প্ৰতিনিধি সকলে কাৰ্যভাৰ গ্ৰহণ আৰু কাৰ্যালয় প্ৰৱেশ কৰে।বিধায়ক নৱকুমাৰ দলে প্ৰতিনিধি সকলক নিজ নিজ পঞ্চায়ত সমূহ নিকা আৰু স্বচ্ছতাৰে উন্নয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।