This browser does not support the video element.
চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ
Na Duar, Biswanath | Sep 12, 2025
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিৰ পবিত্ৰ দিনটোত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি চতিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু প্ৰধান শিক্ষক সহযোগী শিক্ষক শিক্ষয়িত্ৰী লগতে গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অতিৰিক্ত শ্ৰেণী কোঠাৰ মাংগলিক আধাৰত আধাৰশিলা স্থাপন কৰে। তাৰ পিচতে এখন সভা আয়োজনত বিদ্যালয়ৰ উন্নয়নৰ দিশত পৰ্যালোচনা কৰা হয়।