Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত নগৰৰ ত‍্যাগ ক্ষেত্ৰত জিলা ছাত্ৰ সন্থাৰ অনশন

North Lakhimpur, Lakhimpur | Sep 4, 2025
অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে ১১ ঘন্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো লখিমপুৰ জিলা ছাত্র সন্থাই উত্তৰ লখিমপুৰ নগৰৰ ত‍্যাগ ক্ষেত্ৰত বৃহস্পতিবাৰে অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আৰু কেইবাটাও দাবীত১১ ঘন্টীয়া অনশন কৰে।
Read More News
T & CPrivacy PolicyContact Us