Download Now Banner

This browser does not support the video element.

সোণাৰি: আইদেউকাঠনীত অগ্নিকাণ্ড গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সম্পূৰ্ণ বাসগৃহ ভস্মীভূত,স্বামীয়ে ঘৰত অগ্নিসংযোগ কৰাৰ অভিযোগ

Sonari, Charaideo | Aug 31, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ আইদেউ কাঠনীত ভয়াবহ অগ্নিকাণ্ড।এই ভয়াবহ অগ্নিকাণ্ডত ভয়ংকৰ বিস্ফোৰণ ঘটে এটা গেছ চিলিণ্ডাৰ। ৰাধে শ্যাম তেলী নামৰ লোকজনে জ্বলাই দিয়ে নিজৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ বাসগৃহ ভস্মীভূত। এই অগ্নিকাণ্ডত বাসগৃহটোৰ সকলো সা সামগ্ৰী জুইত জাহ যায়। প্ৰায় ১২ কুইন্টেল ধন জুইত জাহ যায়। ঘটনা স্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল। ইফালে পথৰ দূৰৱস্থাৰ বাবে অগ্নিকাণ্ড ঘটনা সংঘটিত হোৱা স্থলীলৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যাবলৈ অক্ষম। জেনেতাৰেৰে অগ্নি ন
Read More News
T & CPrivacy PolicyContact Us