This browser does not support the video element.
বিশ্বনাথ: নগদাত বিটিআৰত নিৰ্বাচনী প্ৰচাৰত ইউপিপিএল ছিংগল লাৰ্জেছ পাৰ্টি হ'ব বুলি মন্তব্য প্ৰমোদ বড়োৰ
Biswanath, Biswanath | Aug 23, 2025
এতিয়া BTR ৰ নিৰ্বাচনী বতৰ ৷ আজি প্ৰথম নিৰ্বাচনী প্ৰচাৰ চলায় বিশ্বনাথৰ নকদাৰ চৰণ বড়ো এম ই আৰু হাইস্কুল খেল পথাৰত ৷ UPPL ৰ ফৰ্টি ৰৌতা সমষ্টিৰ প্ৰাৰ্থী ড° নিলোত স্বৰ্গীয়াৰীৰ হৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো নিৰ্বাচনী প্ৰচাৰ চলায়৷ এই নিৰ্বাচনী প্ৰচাৰত কয় যে আজি ৰাইজৰ মাজত শান্তি সমন্বয় ঘূৰি আহিছে । এই দিশটোলৈ চাই UPPL এ ছিংগল লাৰ্জেছ পাৰ্টি হব বুলি মন্তব্য কৰে। এই নিৰ্বাচনী সভাতে ৰাইজৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে।