This browser does not support the video element.
ধেমাজি: গোগামুখত শ্ৰমিক-কৰ্মচাৰী সন্থাৰ উদ্যোগত গণেশ চাতুৰ্থী পালন, হাজাৰ হাজাৰ লোকৰ সমাগম
Dhemaji, Dhemaji | Aug 27, 2025
গোগামুখত গণেশ চাতুৰ্থী পালন, হাজাৰ হাজাৰ লোকৰ সমাগম বুধ বাৰে দিনৰ 12 বজাত গোগামুখত শ্ৰমিক-কৰ্মচাৰী সন্থাৰ উদ্যোগত চতুৰ্দশ গণেশ পূজাভাগি তিনিদিনীয়াকৈ আয়োজন কৰা হয়। সমগ্ৰ ৰাজ্যখনৰ লগতে গোগামুখতো আজি গণেশ চতুৰ্থী পূজা মণ্ডপ স্থলীত হাজাৰ হাজাৰ ভক্ত প্ৰাণ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। গনেশ চতুৰ্থী পূজাকলৈ গোগামুখত উখল-মাখল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ।