This browser does not support the video element.
বিশ্বনাথ: মিজিকা গাঁও পঞ্চায়তৰ বিভিন্ন উপাসনা ঠাইৰ লগতে হাটখোলা গ্ৰাম থানৰ আধাৰশিলা স্থাপন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ
Biswanath, Biswanath | Aug 25, 2025
ৰাজ্য চৰকাৰে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত আবণ্টন দিয়া মিজিকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন উপাসনা স্থাপন বিধায়ক প্ৰমোদ বৰঠাকুৰে আধাৰশিলা স্থাপন কৰিছে।অনুষ্ঠান ক্ৰমে বিশ্বনাথ বিধানসভা সমষ্টিৰ পাভৈ বৰ নামঘৰ, মিজিকা ৫ নং লাইনৰ শিৱ মন্দিৰ, গোৱালা বস্তীৰ গ্ৰাম থান আৰু হাটখোলাৰ গ্ৰাম থান আদিৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। বিশ্বনাথ আঞ্চলিক পঞ্চায়তৰ সভাপতি কন্দৰ্প হাজৰীকা অংশগ্ৰহণ কৰে।